Modern Higher Secondary Biology (Assamese
AHSEC/NCERT)
3.2 hrs read
Rate this book:
About This Book
আধুনিক
উচ্চতৰ মাধ্যমিক জীৱবিজ্ঞান
(MODERN HIGHER SECONDARY BIOLOGY - XII)
দ্বাদশ শ্রেণীৰ বাবে
নতুন পাঠ্যক্ৰম AHSEC/NCERT-ৰ আধাৰত প্রণীত
লুৎফুৰ ৰহমান শইকীয়া
সহযোগী অধ্যাপক, প্রাণীবিজ্ঞান বিভাগ, প্রাক্তন মুৰব্বী
নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া।
ড০ বিজু বৰকটকী
সহকাৰী অধ্যাপক, উদ্ভিদ বিজ্ঞান বিভাগ,
বি. এইচ্. মহাবিদ্যালয়, হাউলী।
কল্যাণী পাবলিশার্চ
লুধিয়ানা ০ নিউ দিল্লী, ন’ইডা (উত্তৰ প্রদেশ) ০ হাইদৰাবাদ ০ চেন্নাই
কলকাতা ০ কটক ০ গুৱাহাটী ০ কোচিন ০ বেঙ্গালুৰ
ADHUNIK UCHHATAR MADHYAMIK JEEVA BIGYAN – (2nd year)
(Written as per the latest syllabus prescribed by the Assam Higher Secondary Education Council in 2011 for Higher Secondary Course of Class XII)
KALYANI PUBLISHERS
Head Office :
B-1/1292, Rajinder Nagar, Ludhiana -141008
E-mail : kalyanibooks@yahoo.co.in
Administrative Office :
4779/23, Ansari Road, Daryaganj, New Delhi – 110002
E-mail : kalyani_delhi@yahoo.co.in
Works :
B-16, Sector 8, Noida (U.P)
Branch Office :
No.1, Mahalakshmi Street, T. Nagar, Chennai - 600017
110/111, Bharatia Towers, Badambadi, Cuttack - 753009 (Odisha)
3-5-1108, Narayanaguda, Hyderabad - 500029
No. 10/2B, Ramanath Mazumdar Street, Kolkata - 700009
Arunalaya, First Floor, Saraswati Road, Pan Bazar, Guwahati - 781001
Koratti Parambil House, Convent Road, Cochin - 682035
No. 24 & 25, 1st Floor, Hamid Shah Complex, Cubbonpet, Main Road, Bengaluru-560002
Copyright © Authors
First Edition, 2015
Second Edition, 2017
Laser Typesetting by Babul Talukdar, J.P. Press, Barpeta Road
PRINTED IN INDIA
At Diamond Agencies Pvt. Ltd., B-125, Sec. 63, NOIDA
And Published by Mrs. Usha Rajkumar for
Kalyani Publisher, New Delhi - 110002
পাতনি
ৰাষ্ট্রীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদে যুগুতাই উলিওৱা ইংৰাজী মাধ্যমৰ দ্বাদশ শ্রেণীৰ জীৱ বিজ্ঞানৰ পুথিখনৰ লগত সংগতি ৰাখি 2010 – 2011 চনৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে সর্বভাৰতীয় পাঠ্যক্ৰমৰ লগত সহ অৱস্থান হোৱাকৈ পাঠ্যক্ৰমৰ সংশোধন কৰিছে। সর্বভাৰতীয় পাঠ্যক্ৰমৰ আর্হিত জীৱ বিজ্ঞানৰ ইংৰাজী মাধ্যমৰ কিতাপৰ বিশেষ অভাৱ পৰিলক্ষিত হোৱা নাই যদিও জীৱ বিজ্ঞানৰ অসমীয়া মাধ্যমৰ তথ্য সম্বলিত উল্লিখিত কিতাপৰ যথেষ্ট অভাৱ। সেয়েহে অসমীয়া মাধ্যমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই পাঠ্য পুথিখন যুগুতাই উলিওৱা হৈছে। কিতাপখনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমৰ মূল বিষয়বস্তুসমূহ ছাত্ৰ-ছাত্ৰীসকলক বোধগম্য কৰাৰ উদ্দেশ্যে সহজ, সৰল, সাৱলিল আৰু কিছু বহলাই লিখাৰ প্রয়াস কৰা হৈছে। কিতাপখনৰ বিষয়বস্তুৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ মাজে মাজে কিছু অতিৰিক্ত তথ্যও সন্নিবিষ্ট কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ পৰিধি বিস্তাৰ হয়।
আঞ্চলিক ভাষাত বিজ্ঞান চর্চ্চাৰ ডাঙৰ সমস্যাটো হ’ল উপযুক্ত বৈজ্ঞানিক পৰিভাষা। এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ নামৰ পুথিখনৰ সহায় লোৱা হৈছে। কিছু ক্ষেত্ৰত আসোঁৱাহপূর্ণ অসমীয়া প্রতিশব্দৰ পৰিবর্তে ইংৰাজী শব্দকেই পোনপতীয়াকৈ ব্যৱহাৰ কৰা হৈছে।
বিজ্ঞান বিষয়ক কিতাপ এখন যুগুতাই উলিওৱাত কিছু ভূল-ভ্রান্তি, আসোঁৱাহ আদি থাকি যোৱাতো স্বাভাৱিক। সেয়েহে সন্মানীয় শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগী ব্যক্তিসকলে আসোঁৱাহ দেখিলে আমাক দৃষ্টিগোচৰ কৰিবলৈ আমি অনুৰোধ জনালো যাতে পৰবর্তী সংস্কৰণত আসোঁৱাহসমূহ আঁতৰব পাৰো। পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’লেহে আমাৰ শ্রম সার্থক হ’ব।
সদৌ শেষত পুথিখন প্রকাশৰ দায়িত্ব গ্রহণ কৰাৰ বাবে “কল্যানী প্রকাশন”ৰ স্বত্বাধীকাৰী আৰু কর্মচাৰীবৃন্দৰ লগতে শুভকাংক্ষীসকললৈ আমাৰ ফালৰ পৰা কৃতজ্ঞতা স্বীকাৰ কৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
লিখকদ্বয়
SYLLABUS FOR HIGHER SECONDARY FINAL YEAR COURSE
(Effective from 2011)
One Theory Paper Time : Three Hours Marks 70
Unitwise Distribution of Marks and Periods :
Unit No. Title Marks Periods
Group – A : BOTANY
Unit-1 Sexual Reproduction (1,2) 6 17
Unit-2 Genetics and Evolution (7) 5 9
Unit-3 Biology and Human Welfare (9, 10) 7 19
Unit-4 Biotechnology and its application (11, 12) 12 30
Unit-5 Ecology (13, 16) 5 15
Group-B : ZOOLOGY
Unit-6 Reproduction (3, 4) 6 18
Unit-7 Genetics and Mol. Basis of Inheritance(5, 6) 15 36
Unit-8 Biology and Human Welfare (8) 5 16
Unit-9 Biotechnology and its application (12) 1 2
Unit-10
Ecology (14, 15, 16, 17) 8 20
Total 70 180
Unit wise Distribution of Course Content
Unit - VI : REPRODUCTION:
Chapter 1 : Reproduction in Organisms : (i) Asexual Reproduction; (ii) Sexual Reproduction.
Chapter 2 : Sexual Reproduction in Flowering Plants : (i) Flower A fascinating Organ of Angiosperms; (ii) Pre-fertilization: Structure and Events; (iii) Double Fertilization; (iv) Post Fertilization; Structure and Events; (v) Apomixis and Polyembroyony.
Chapter 3 : Human Reproduction : (i) The Male Reproductive System; (ii) The Female Reproductive System; (iii) Gametogenesis; (iv) Menstrual Cycle; (v) Fertilization and Implantation; (vi) Pregnancy and Embryonic Development; (vii) Parturition and Lactation
Chapter 4 : Reproductive Health : (i) Reproductive Health-Problems and Strategies; (ii) Population Explosion and Birth Control; (iii) Medical Termination of Pregnancy; (iv) Sexually Transmitted Diseases; (v) Infertility.
Unit-VII : GENETICS AND EVOLUTION :
Chapter 5: Principles of Inheritance and Variation : (i) Mendel’s Laws of
Inheritance; (ii) Inheritance of One Gene; (iii) Inheritance of Two Genes (iv) Sex Determination; (v) Mutation; (vi) Genetic Disorders.
Chapter 6: Molecular Basis of Inheritance : (i) The DNA; (ii) The Search for Genetic Material; (iii) RNA World; (iv) Replication; (v) Transcription; (vi) Genetic Code; (vii) Translation; (viii) Regulation of Gene Expression; (ix)Human Genome Project; (x) DNA Fingerprinting.
Chapter 7:
Evolution : (i) Origin of Life; (ii) Evolution of Life Forms – A Theory; (iii) Evidences for Evolution; (iv) Adaptive Radiation; (v) Biological Evolution; (vi) Mechanism of Evolution; (vii) Hardy –Weinberg Principle; (viii) A Brief account of Evolution; (ix) Origin and Evolutionof Man.
Unit-VIII : BIOLOGY IN HUMAN WELFARE :
Chapter 8: Human Health and Diseases : (i) Common Diseases of Humans (ii) Immunity; (iii) AIDS; (iv) Cancer; (v) Drugs and Alcohol Abuse.
Chapter 9: Strategies for Enhancement in Food Production : (i) Animal Husbandry ; (ii) Plant Breeding; (iii) Single Cell Protein; (iv) Tissue Culture.
Chapter 10: Microbes in Human Welfare : (i) Microbes in Household Products; (ii) Microbes in Industrial Products; (iii) Microbes in Sewage Treatment; (iv) Microbes in production of Biogas; (v) Microbes as Biocontrol Agents; (vi) Microbes as Biofertilizers.
Treatment; (iv) Microbes in Production of Biogas; (v) Microbes in Bio-control Agents; (vi) Microbes as Bio-fertilizer.
Unit-IX : BIOTECHNOLOGY :
Chapter 11: Biotechnology; Principles and Processes : (i) Principles of Biote
-chnology; (ii) Tools of Recombinant DNA Technology; (iii) Processes of Recombinant DNA Technology.
Chapter 12: Biotechnology and its Application : (i) Biotechnology Appli-cation in Agriculture; (ii) Biotechnology Application in Medicine; (iii) Transgenic Animals; (iv) Ethical Issues.
Unit-X :
ECOLOGY :
Chapter 13:
Chapter 14:
Organisms and Populations : (i) Organisms and its Environments; (ii) Populations
Ecosystems : (i) Ecosystem – Structure and Function; (ii) Productivity; (iii) Decomposition; (iv) Energy Flow (v) Ecological
Pyramids; (vi) Ecological Succession; (vii) Nutrient Cycling; (viii) Ecosystem Services.
Chapter 15: Biodiversity and Conservation: (i) Biodiversity; (ii) Biodiversity and Conservation; (iii) National Parks and Sanctuaries of Assam with special reference to Conservation of Endangered species.
Chapter 16: Bioresources of Assam: (i) Medicinal and Timber yielding Plants; (ii) Sericogenic Resources (Muga and Eri)
Chapter 17: Environmental Issues : (i) Air Pollution and its Control; (ii) Water Pollution and its Control; (iii) Solid Wastes; (iv) Agro-chemicals and their effects; (v) Radioactive Wastes; (vi) Greenhouse Effect and Global Warming; (vii) Ozone Depletion in the Stratosphere; (viii) Degradation by Improper Resource Utilization and Maintenance; (ix) Deforestation.
.
সূচীপত্ৰ
Unit-VI : প্রজনন
অধ্যায় 1 জীৱৰ প্রজনন 1-36
অধ্যায় 2 সপুষ্পক উদ্ভিদৰ যৌন প্রজনন 37-94
অধ্যায় 3 মানৱ প্রজনন 95-140
অধ্যায় 4 জনন স্বাস্থ্য 141--168
Unit-VII : বংশগতি আৰু বিৱর্তন
অধ্যায় 5 বংশগতি আৰু প্রকাৰণ 169-238
অধ্যায় 6 বংশগতিৰ আণৱিক ভিত্তি 239-310
অধ্যায় 7 জীৱৰ উৎপত্তি আৰু ক্ৰমবিকাশ 311-381
Unit-VIII : মানৱ কল্যাণত জীৱবিজ্ঞান
অধ্যায় 8 মানুহৰ স্বাস্থ্য আৰু ৰোগ 382-458
অধ্যায় 9 খাদ্য সামগ্রী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ 459-497
অধ্যায় 10 মানৱ কল্যাণত অণুজীৱ 498-531
Unit-IX : জীৱ প্রযুক্তিবিদ্যা
অধ্যায় 11 জৈৱ প্রযুক্তিবিজ্ঞান : মূলনীতি আৰু প্রণালী 532-557
অধ্যায় 12 জৈৱ প্রযুক্তিবিদ্যা আৰু ইয়াৰ প্রয়োগসমূহ 558-581
Unit-X : বাস্তব্য বিজ্ঞান
অধ্যায় 13 জীৱ আৱু আবাদী 582-622
অধ্যায় 14 পৰিৱেশ তন্ত্ৰ 623-669
অধ্যায় 15 জৈৱবৈচিত্ৰ্য আৰু সংৰক্ষণ 670-719
অধ্যায় 16 অসমৰ জীৱসম্পদ 720-755
অধ্যায় 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ
756-797
*************

Buy This Book
As an Amazon Associate and Bookshop.org affiliate, BookOrb earns from qualifying purchases.
Write a Review
Sign in to write a review.